‘মই নিজকে সলনি কৰাৰ চেষ্টা কৰিম’- জ্যেষ্ঠ অধিবক্তাৰ পুত্ৰক প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত জুবিন গাৰ্গ

2019-06-08 1,722

‘আদালতৰ ৰায়ক সন্মান জনাইছোঁ, জ্যেষ্ঠ হিচাপে কাৰোবাৰ কিবা বেয়া দেখিলে কৈছিলোঁ, বেয়া পোৱা কথা মই ক’ম, কৈ যাম।’– এই মন্তব্য কণ্ঠশিল্পীগৰাকীৰ।